অন্জু ফুকনinপ্ৰতিচ্ছবিবসন্তৰ আগমনত প্ৰকৃতিৰ বিনন্দীয়া ৰূপনানা ৰঙী ফুল আৰু সেউজ পাতেৰে সুশোভিত প্ৰকৃতি আজি বিনন্দীয়া ৰূপত।।May 22, 2021May 22, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিহেপাহৰ টুকুৰাচোতালখন আজি ভৰি পৰিছে জুমি চালো মই কাষলৈ গৈ এয়া দেখোন মোৰ হেপাঁহৰ টুকুৰা, ভাঙি খণ্ড বিখণ্ড হল চোতাল খনো ৰাঙলি হল । চিপ চিপিয়া…May 22, 2021May 22, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিচক্ৰ বৃত্তএটা কলা বিন্দু। চকুৰ প্ৰখৰ দৃষ্টিৰ অবিহনে ইয়াৰ অৱস্থিতি ধৰাই টান।চাই থাকোতেই ক্ষীপ্ৰ গতিত অবয়ব প্ৰসাৰিত হল।এটি ক্ষুদ্ৰ বৃত্তৰ ৰূপ ধাৰন…May 19, 2021May 19, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিধ্বংসৰ শেষতস্নিগ্ধ পুৱাৰ কোমল ৰশ্মিক শাণিত অস্ত্ৰেৰে টুকুৰা টুকুৰ কৰিলে যেন ভাঙি পৰিল ঝনঝনকৈ কাচৰ টুকুৰাৰ দৰে সৰি পৰি সিচৰিত হল চিঙি পৰা মুকুতাৰ…May 19, 2021May 19, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিমা প্ৰকৃততে তই কি?মা তোৰ দিবস বোলে আজি ? কতা , তই দেখোন আছ এতিয়াও জুহালৰ চুকত জুপুকা মাৰি ।। ক’ত , মা তোৰ সেই সাজ ? যত আছে বগা পাটত ৰঙা বুটা তোৰ গাত…May 10, 2021May 10, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিআতঙ্কআতঙ্ক, ভয়ানক আতঙ্ক।হৃদয়খনক থুকুচি পেলোৱাকৈয়ে আতঙ্ক সকলো ফালে।May 5, 2021May 5, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিজীৱনৰ অৰ্থ কি এক বিৰাট শূণ্য ?জীৱনতো বোলে মানুহৰ হাতৰ মুঠিত হয় জানো ? নহয় , ই বোলে ভাগ্যৰ হে লিখন ! যি অদৃশ্য হৈয়েই ৰয় দুই নয়নৰ নীলাভ পৰ্দাত।Apr 24, 2021Apr 24, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিবিহু গীতৰ লহৰীচতে গৈয়ে গৈয়ে বহাগে পালেহি অ ফুলিলে কপৌৰে থোপা কপৌ ফুলৰ গোন্ধে পাই নাচনী ওলালে মুৰতে মাৰিলে নেঘেৰী খোপা ।Apr 16, 2021Apr 16, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিঘড়ী মোৰ হৃদয়ৰ স্পন্দনজীৱন ঘড়ী চলিছে মোৰ টিক টিক টিক কৰি, নাই যে আহৰি মোৰ ক্ষন্তেক ৰবলৈ বহি । অতীতে যে ৰিঙিয়াই মাতে আহা তুমি ভটিয়াই, নোৱাৰোতো দিব…Apr 9, 2021Apr 9, 2021
অন্জু ফুকনinপ্ৰতিচ্ছবিবহাগৰ ৰঙলোকে কয় বহাগ হেনো গাঢ় সেউজ ৰঙৰ । লঠঙা হোৱা গছবোৰে নতুনকৈ লজ্জা নিবাৰন কৰে টীঁয়া পাখিৰ ৰঙৰ কোমল পাতেৰে এই বহাগতে নিজকে সজাই…Apr 9, 2021Apr 9, 2021