নিৰ্বাক প্ৰজন্মৰেলযাত্ৰাৰ মুখামুখি দুই আসনৰ এখনত মধ্যবয়সীয়া এজন পুৰুষ আৰু এগৰাকী মহিলা ৷ সমুখৰ আসনত মবাইলত মুৰ গুজি থকা এজন যুবক ৷ পুৰুষ আৰু মহিলাই কথা…Aug 29, 2021Aug 29, 2021
মোৰ দেশ মোৰ দেউতা(নেলচন মেণ্ডেলাৰ সৰু জীয়ৰী জিন্দিছা মেণ্ডেলা ৷ মেণ্ডেলাক ৰাজনৈতিক বন্দী হিচাপে আটক কৰি লৈ যোৱাৰ সময়ত তেঁও চাৰি বছৰীয়া আছিল আৰু ঘৰত দেউতাকৰ…Jan 26, 2021Jan 26, 2021
কোলাহলৰ পৃথিৱীত মৌনতাৰ শক্তিপঢ়ি খুব ভাল লগা এইখন কিতাপ ৷ চুজান কেইনৰ ’কোৱাইট’(Quiet) ৷ নিউইয়ৰ্কৰ ক্ৰাউন পাব্লিচাৰ্ছে প্ৰকাশ কৰা আৰু হাৰ্ভাৰ্ড ল স্কুলৰ স্নাতক চুজানে…Jan 22, 2021Jan 22, 2021
সৃষ্টিৰ স্বাধীনতাআমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ দুজন ছাত্ৰই মুকলিকৈ কথা পাতিছিল জন পাৰ্কিনছৰ কনফেছন অব্ এন ইকনমিক…Jan 17, 2021Jan 17, 2021
জাতীয়তাবাদৰ প্ৰসংগতআশীৰ দশকৰ আৰম্ভণিত কলেজৰ দুৱাৰডলি গচকা আমাৰ সমসাময়িক সকলোৰে বাবে অসম আন্দোলন এতিয়া এক নষ্টালজিয়া ৷ পুৱা কটন কলেজৰ হোষ্টেলৰ পৰা শ্ৰেণীকোঠাৰ…Jan 16, 2021Jan 16, 2021
সামাজিক মাধ্যমত সংযমী হও আহকবেংগালুৰুস্থিত মেৰী মিকাৰ শীৰ্ষক বিনিয়োগকাৰী গ্ৰুপৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয়সকলে গড়ে সপ্তাহটোৰ ২৮ ঘন্টা সময় কটায় ম’বাইল ফোনত, ৪ ঘন্টা…Dec 29, 2020Dec 29, 2020
আপুনি কিয় লিখে ? এন্টনিয়াৰ উত্তৰ ৷লিখা-মেলা কৰা লোকসকলে প্ৰায়েই সন্মুখিন হোৱা বহুল ব্যৱহৃত এটা প্ৰশ্ন হৈছে " আপুনি কিয় লিখে?" বহু বিখ্যাত ব্যক্তিৰ আমোদজনক উক্তিও পোৱা গৈছে…Nov 25, 2020Nov 25, 2020
“ছেলফিছ"ৰ ছেল্ ফিগ্ৰীক ৰূপকথাৰ অভিশপ্ত নায়ক নাৰ্ছিছাছ আছিল তুলনাহীন শাৰীৰিক সৌন্দৰ্য্যৰ অধিকাৰী৷ পুখুৰীৰ স্বচ্ছ পানীত প্ৰতিফলিত হোৱা নিজৰ প্ৰতিবিম্বৰ…Oct 20, 2020Oct 20, 2020
নিৰ্বাচন- সাধাৰণে কৰিব পাৰিবনে কিবা অসাধাৰণ ?হিন্দী চিনেমাৰ কেতবোৰ সংলাপ ইমানেই জনপ্ৰিয় হৈ পৰে যে বহুবছৰ ধৰি সেইবোৰ মানুহৰ মাজত চৰ্চিত হোৱাই নহয়, দেশৰ ৰাজনীতি, সমাজনীতি আদিত হয় ব্যাপক…Sep 5, 2020Sep 5, 2020
শব্দবোৰ খিৰিকী( অথবা প্ৰাচীৰ)এটা ব্যস্ত ৰাতিপুৱা৷ এজন অন্ধ লোকে ৰাস্তাৰ কাষত ভিক্ষাপাত্ৰ এটা লৈ বহি আছে৷ কাষতে এবকলা পুৰণি ডাঠ কাগজত লিখি থৈছে এই কথাষাৰ — 'মই অন্ধ৷…Aug 28, 2020Aug 28, 2020